Insane
Assam E-News Network (ænn)

মুখ্য পৃষ্ঠা

ক্ৰীড়া সংবাদ

# বিশ্বকাপ কাবাডীৰ ফাইনেলত ভাৰতৰ জয়লাভ (১৫/১২/১৩)

æenn news, ১৫ ডিচেম্বৰ, ২০১৩:

পঞ্জাবৰ লুধিয়ানাৰ গুৰুনানক ষ্টেডিয়ামত অনুষ্ঠিত চতুর্থ বিশ্বকাপ কাবাডী প্ৰতিযোগীতাৰ ফাইনেলত ভাৰতে পাকিস্তানক ৪৮-৩৯ পইণ্টত পৰাজিত কৰি বিশ্বকাপ দখল কৰে ।

Back to posts
Comments:

Post a comment