অধিনায়ক বিজয় জোল (১০০) আৰু সঞ্জু সৈমসন (১০০) ৰ শতকৰ সহায়ত ভাৰতে চিৰ প্ৰতিদ্বণ্ডী পাকিস্তানক শনিবাৰে শাৰজাহত অনুষ্ঠিত ফাইনেল মেচত ৪০ ৰাণত
পৰাজিত কৰি এচিয়া কাপ আণ্ডাৰ ১৯ ক্ৰিকেট টুৰ্নামেণ্টৰ খিতাব জয়লাভ কৰে ।
('আজ তক'ৰ ৱেবছাইটৰ পৰা সংগ্ৰহিত আৰু কন্দর্পজিৎ কল্লোলৰ দ্বাৰা অসমীয়ালৈ অনুবাদিত)